২৪ ঘণ্টাত মৃত্যু ঘটিছে ৯৮গৰাকী ক’ভিড ৰোগীৰ

ভাৰতত অব্যাহত আছে ক’ভিডৰ নিম্নগতি। যোৱা এটা দিনত সমগ্ৰ দেশজুৰি ২,৮,৭৬ গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে। ক’ভিডমুক্ত হৈছে ৩,৯,৮২ গৰাকী লোক। দেশত এতিয়া সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা হ্ৰাস পাইছে ৩২, ৮১১ গৰাকীলৈ। আনহাতে এইসময়ছোৱাত ভাৰতত মৃত্যু ঘটিছে ৯৮ গৰাকী ক’ভিড ৰোগীৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...