মণিপুৰৰ পৰা সৰবৰাহৰ চেষ্টাৰ সময়তে জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ

টোলগেটত জব্দ বৃহৎ পৰিমাণৰ ড্ৰাগছ। সোণাপুৰৰ নাজিৰাখাটত সোণাপুৰ আৰক্ষী আৰু ক্ৰাইম ব্ৰাঞ্চে চলাইছিল অভিযান। অভিযানত জব্দ হয় ১২ কেজি নিষিদ্ধ মেটাম ফেটামিন, ১.৫ কেজি হেৰ’ইন আৰু নিচাযুক্ত টেবলেট। ট্ৰাকযোগে মণিপুৰৰ পৰা সৰবৰাহৰ চেষ্টা কৰিছিল ড্ৰাগছখিনি। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে মণিপুৰৰ দুজনকৈ লোকক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...