ৰে’লৱে ষ্টেচনত নৃশংস হত্যাকাণ্ড

ৰে’লৱে ষ্টেচনত নৃশংস হত্যাকাণ্ড। ৰে’লৱে ষ্টেচনৰ দুই নং প্লেটফৰ্মত সন্ধিয়া এক নৃশংস হত্যা কাণ্ড সংঘটিত হয়। জোনাইৰ মুৰ্কংচেলেক এই চাঞ্চল্যকৰ ঘটনা। প্লেটফৰ্মত ৰক্তাক্ত অবস্থাত উদ্ধাৰ কৰা হয় এজন যুৱকৰ মৃতদেহ । অচিনাক্ত এজন যুৱকক দুৰ্বৃত্তই চোকা অস্ত্ৰৰে ডিঙি কাটি হত্যা কৰি পেলায় থৈ যায়। মৃতদেহৰ কাষত উদ্ধাৰ এটা নীলা ৰঙৰ মোনা। এই ঘটনাই জোনাই অঞ্চলত তীব্ৰ চঞ্চল্যৰ সৃষ্টি কৰে। হত্যাৰ বলি হোৱা যুৱকজনক অদ্যাপি চিনাক্ত কৰিব পৰা নাই। ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...