ডাউন টাউন বিশ্ববিদ্যালয়ত সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱাক স্মৰণ

অসম ডাউন টাউন বিশ্ববিদ্যালয়ত ‘স্মৃতি-সৌৰভ’ অনুষ্ঠান। অসমৰ বৈষ্ণৱ সাহিত্যৰ সংৰক্ষক আৰু প্ৰকাশক হিচাপে অসমৰ সাহিত্য জগতত বিশেষ স্থান অধিকাৰ কৰি অহা সাহিত্যৰত্ন হৰিনাৰায়ন দত্তবৰুৱাৰ মৃত্যুবার্ষিকীৰ লগত সংগতি ৰাখি আয়োজন কৰা হয় এই অনুষ্ঠান। অনুষ্ঠানত সাহিত্যৰত্ন হৰিনাৰায়ণ দত্তবৰুৱাৰ সাহিত্যকৃতিৰ বিষয়ে ভাষণ প্ৰদান কৰে বিশিষ্ট লেখক ড০ পৰমানন্দ মজুমদাৰে। সভাত প্রাক্তন উপাচার্য ড০ অমৰজ্যোতি চৌধুৰী, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ তিলক হাজৰিকাও উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চাহ বাগিচা অঞ্চলৰ শিক্ষাৰ্থীৰ বাবে সুখবৰ

যাতায়াতজনিত অসুবিধাৰ বাবে বিদ্যালয়লৈ যাব পৰা নাই নেকি? অভিভাৱক,...

শিক্ষা সেতু এপ্লিকেশ্যন সংস্থাপনৰ বিৰুদ্ধে সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিবাদ

ৰাজ্যৰ শিক্ষা বিভাগৰ দ্বাৰা ২৭ মে’ তাৰিখে জাৰি কৰা...

গুৱাহাটীত ভয়ংকৰ ঘটনা

দিনতো সুৰক্ষিত নহয় নেকি গুৱাহাটী? সন্তানক অকলে এৰি দিয়াৰ...

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক

ভাৰতৰ জন্মৰ হাৰ নিম্নগামী হোৱাত উদ্বিগ্ন ইলন মাস্ক। সামাজিক...