২৪ ঘণ্টাত ২৭ জন ক’ভিড ৰোগীৰ মৃত্যু

দেশত অব্যাহত আছে ক’ভিডৰ নিম্নগতি। বিগত ২৪ ঘণ্টাত দেশত ক’ভিডত আক্ৰান্ত হৈছে ২ হাজাৰ ৫০৩ জন। বিগত ২৪ ঘণ্টাত ২৭ জন ক’ভিড ৰোগীৰ মৃত্যু। দেশত পজিটিভিটীৰ হাৰ ০.৪৭ শতাংশ। বৰ্তমান দেশত সক্ৰিয় ৰোগীৰ সংখ্যা ৩৬ হাজাৰ ১৬৮ জন। প্ৰায়সমূহ ৰাজ্যতে নিয়ন্ত্ৰণলৈ আহিছে ক’ভিড পৰিস্থিতি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টা; পোহৰলৈ আহিল গুলীচালনাত জড়িত ২ দুৰ্বৃত্তৰ প্ৰথমখন ছবি

মুম্বাইত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ ঘটনাই চাঞ্চল্যৰ...

ৰায়পুৰত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয়; দ্বিতীয়খন T20ত জিম্বাবুৱেক ৯ উইকেটত পৰাস্ত ভাৰতৰ

মহিলা ক্ৰিকেটত ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট...

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...