বাসগৃহত ওলমি ৰ’ল পতি-পত্নীৰ মৃতদেহ, নিথৰুৱা হ’ল ৪ বছৰীয়া কন্যা

দক্ষিণ কামৰূপৰ উপৰহালী ককিলাপাৰাত এহাল দম্পতীৰ ৰহস্যজনক আত্মহত্যা । চিপ লোৱা অৱস্থাত উদ্ধাৰ হয় দম্পতীহালৰ মৃতদেহ। নিজ বাসগৃহৰ শোৱনীকোঠাতে ৰহস্যজনকভাৱে মুখামুখীকৈ উদ্ধাৰ হয় দুয়োৰে মৃতদেহ। মৃত দম্পতীহাল টিংকুমণী দাস আৰু দীপিকা দাস। মৃত দম্পতীহালৰ আছিল এটি ৪ বছৰীয়া কনমানি শিশু। ঘটনাস্থলীত পলাশবাৰী আৰক্ষী আৰু বিজয়নগৰ আৰক্ষী উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...