এইবাৰ বৃহৎ পৰিমাণৰ ভাংসহ আটক বসুদেৱক

এইবাৰ বৃহৎ পৰিমাণৰ ভাংসহ আটক বসুদেৱক!মৰিগাঁও আৰক্ষীৰ DSB-এ আটক কৰে ভাং ব্যৱসায়ীক৷ মৰিগাঁৱৰ শ’লমাৰিৰ পৰা ভাংসহ হাতে-লোটে কৰায়ত্ত কৰে ব্যৱসায়ীজনক ৷ বসুদেৱ নাথ নামৰ এই লোকজনে দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই ভাঙৰ ৰমৰমীয়া ব্যৱসায়৷ ইতিমধ্যে ধৃত ব্যক্তিজনক মৰিগাঁও সদৰ থানাত সোধা-পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ধেমাজিত ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহৰ গাইড শিক্ষকৰ প্ৰশিক্ষণ কৰ্মশালা সম্পন্ন

ৰাষ্ট্ৰীয় শিশু বিজ্ঞান সমাৰোহ (NCSC) ২০২৬ৰ প্ৰস্তুতিৰ অংশ হিচাপে...

আমেৰিকাৰ আদালতে খাৰিজ কৰিলে গৌতম আদানীৰ বিৰুদ্ধে থকা অপৰাধমূলক গোচৰ

নিউয়ৰ্কৰ এখন ফেডাৰেল আদালতৰ বিচাৰক নিকোলাছ গাৰাউফিছে (Judge Nicholas...

মহাকাশ গৱেষণাত নতুন দিগন্ত: ‘মুন বেছ’ প্ৰকল্পৰ বাবে ইছৰোক আমন্ত্ৰণ জনালে নাছাই

মাৰ্কিন মহাকাশ গৱেষণা সংস্থা নাছাই (NASA) ভাৰতীয় মহাকাশ গৱেষণা...