আজিৰে পৰা দাম বাঢ়িল মেগীৰ

আজিৰে পৰা দাম বাঢ়িল মেগীৰ। দুটকাকৈ দাম বাঢ়িল মেগীৰ। নেচলে ইণ্ডিয়াই ঘোষণা কৰিছে এই কথা। দুটকাকৈ মেগীৰ দাম বৃদ্ধি ঘোষণা কোম্পানীটোৰ। আজিৰে পৰা ৯ৰ পৰা ১৬ শতাংশলৈ বৃদ্ধি পালে মেগীৰ দাম। এতিয়াৰে পৰা ৭০ গ্ৰাম মেগী পেকেটৰ দাম ১২ টকাৰ পৰা বৃদ্ধি পালে ১৪ টকালৈ। ১৪০ গ্ৰাম ওজনৰ মেগীৰ দাম ৩ টকাকৈ বৃদ্ধি কৰা হৈছে। আনহাতে, ৫৬০ গ্ৰাম ওজনৰ পেকেটৰ দাম ৯৬ টকাৰ পৰা ১০৫ টকালৈ বৃদ্ধি পালে। কেৱল মেগীয়েই নহয়, ব্লু কফী, তাজমহল চাহ, ব্ৰুক বণ্ড চাহৰ দামৰো বৃদ্ধি পালে দৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিমৌত গাড়ীৰ ভিতৰতে উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিমৌৰ জামুকতলত এজন যুৱকৰ মৃতদেহ তেওঁৰ গাড়ীৰ ভিতৰতে উদ্ধাৰ...

বিধানসভাত নাৰী সমাজৰ বাবে দুটাকৈ ঐতিহাসিক সিদ্ধান্ত

মুন গোস্বামী আজি অন্ত পৰিল ষষ্ঠদশ অসম বিধানসভাৰ ৫ দিনীয়া...

উত্তৰ-পূৰ্বাঞ্চলত আত্মপ্ৰকাশ কাৰ্তিকেয় বাজপেয়ীৰ বহুল চৰ্চিত উপন্যাস ‘দ্য আনবিকামিং’

উত্তৰ-পূব ভাৰতত প্ৰথমবাৰৰ বাবে প্ৰকাশ পালে বিশিষ্ট লেখক, অধিবক্তা...

গুৱাহাটীৰ ৰাজপথত এটা সম্ভাৱনাৰ অপমৃত্যু

গুৱাহাটীত ভয়ংকৰ দুৰ্ঘটনাত পুনৰ অপমৃত্যু ঘটিল এটা সম্ভাৱনাৰ। বিধানসভাৰ...