কাশ্মীৰত সেনাৰ গুলীত নিহত ৪ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

অশান্তিজৰ্জৰ কাশ্মীৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত তুমুল সংঘৰ্ষ। পুৱাই পুলৱামা আৰু গাণ্ডেৰবল আৰু হাণ্ডৱাৰাত ভাৰতীয় আৰক্ষী-নিৰাপত্তাৰক্ষী বাহিনীৰ পৃথক দুটা অভিযানত নিহত হয় ৪টাকৈ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী। ইয়াৰে লস্কৰ-ঈ-তৈয়বাৰ এজন আৰু জঈছ-ই-মহম্মদৰ দুটা সন্ত্ৰাসবাদী থিতাতে নিহত হয়। বৰ্তমানেও সীমান্তত অব্যাহত আছে সংঘৰ্ষ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছৰ ঐতিহাসিক পদক্ষেপ: গুৱাহাটীৰ পৰা ডুবাই আৰু আবু ধাবিলৈ পোনপটীয়া বিমান সেৱা আৰম্ভ

উত্তৰ-পূব ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় বিমান সংযোগ ব্যৱস্থা অধিক সুদৃঢ় কৰি...

ভাৰতৰ দৰে বাংলাদেশতো শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবী: গঠন হ’ল ‘ব্ৰইলাৰ চিকেন পাৰ্টী’

বৰ্তমান ভাৰত আৰু চুবুৰীয়া দেশ বাংলাদেশৰ ছাত্ৰ আন্দোলনৰ মাজত...

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...