মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে গোচৰ ৰুজুৰ CJMৰ নিৰ্দেশত স্থগিতাদেশ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ দিয়া CJMৰ নিৰ্দেশত উচ্চ ন্যায়ালয়ৰ স্থগিতাদেশ। CJMৰ ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ কাষ চাপিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বৰপেটাৰ কংগ্ৰেছী সাংসদ আব্দুল খালেকে দিছিল দিছপুৰ থানাত এজাহাৰ দাখিল কৰিছিল। গোচৰ ৰুজু নকৰাত CJM আদালতত গোচৰ তৰিছিল খালেকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নেপালত Gen-Z প্ৰজন্মৰ প্ৰতিবাদ: প্ৰধানমন্ত্ৰী বলেন শ্বাহৰ বিৰুদ্ধে ক্ষোভৰ কাৰণ কি?

নেপালৰ ৰাজধানী কাঠমাণ্ডুত পুনৰ তীব্ৰ চৰকাৰ বিৰোধী প্ৰতিবাদ গঢ়ি...

গুৱাহাটী ৰিং ৰোডৰ অধীনত যোৰাবাটৰ বান নিয়ন্ত্ৰণৰ বাবে ১৫০ কোটি টকীয়া প্ৰকল্প ঘোষণা

অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে অসম বিধানসভাৰ...

ইউক্ৰেইনত পাৰমাণৱিক আক্ৰমণ কৰিব খুজিছিল পুটিনে, বাধা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে: পোলেণ্ডৰ মন্ত্ৰীৰ ডাঙৰ দাবী

পোলেণ্ডৰ উপ-বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ৱ্লাডিছল' টিওফিল বাৰ্ট'চেভস্কিয়ে (Wladyslaw Teofil...

ভাৰত-ব্ৰিটেইন বাণিজ্য চুক্তি: গাড়ী, চকলেট আৰু বিস্কুট হ’ব সস্তা, সাধাৰণ জনতাৰ বাবে ডাঙৰ সুবিধা

ভাৰত আৰু ব্ৰিটেইনৰ মাজত স্বাক্ষৰিত হোৱা ঐতিহাসিক ‘সামগ্ৰিক অৰ্থনৈতিক...