গোৱাত নিৰ্দলীয় আৰু MGPৰ সমৰ্থনত বিজেপি-এ গঠন কৰিব চৰকাৰ

  • গোৱাত চৰকাৰ গঠনৰ দাবী বিজেপিৰ
  • নিৰ্দলীয় আৰু MGPৰ সমৰ্থনত গঠন কৰিব চৰকাৰ
  • ৰাজ্যপালক সাক্ষাতৰ পিছত এই মন্তব্য প্ৰমোদ চাৱন্তৰ
  • একেৰাহে দ্বিতীয়বাৰৰ বাবে বিজেপিয়ে গঠন কৰিব চৰকাৰ
  • বৰ্তমানলৈ ১৯ খন আসন লাভ বিজেপিৰ
  • এইপৰ্যন্ত ১২খন আসন লাভ কংগ্ৰেছৰ
  • MGP-এ লাভ কৰিছে ৩খন আসন
  • আম আদমী পাৰ্টীয়ে লাভ কৰিছে ২খন আসন
  • অন্যান্যই লাভ কৰিছে ৬খন আসন
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা; ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন সতৰ্কবাণী

মধ্যপ্ৰাচ্যত পুনৰ বৃদ্ধি উত্তেজনা। ইৰাণ ভ্ৰমণক লৈ আমেৰিকাৰ নতুন...

তামাৰহাটৰ গুমা ফেৰিঘাটত যাত্ৰীবাহী নাও দুৰ্ঘটনাগ্ৰস্ত; নদীৰ মাজত আবদ্ধ শতাধিক যাত্ৰী

তামাৰহাটৰ গুমা ফেৰিঘাটত গংগাধৰ নদীত সংঘটিত হৈছে এক ভয়ংকৰ...

এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো পদক; পুৰুষৰ ১০ মিটাৰ এয়াৰ ৰাইফল দলীয় ইভেণ্টত ভাৰতৰ ৰূপৰ পদক

আইচি-নাগোয়া এছিয়ান গেমছত পদক অভিযান অব্যাহত ৰাখিছে ভাৰতে। পুৰুষৰ...