মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ ভুৱন গামৰ

মাজুলীত বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ ভুৱন গামৰ
৪১,৫৩০টা ভোটৰ ব্যৱধানত জয়লাভ বিজেপি প্ৰাৰ্থী গামৰ
চতুৰ্দশ ৰাউণ্ডৰ অন্তত গামে পালে ৬৬,০৯৪টা ভোট
অজাপৰ প্ৰাৰ্থী চিত্তৰঞ্জন বসুমতাৰীয়ে পাইছে ২৪,৫৬৪টা ভোট
SUCI(C)ৰ প্ৰাৰ্থী ভাইটি ৰিচঙে পালে ২,২৪৩টা ভোট
মাজুলীত মুঠ NOTA ভোটৰ সংখ্যা ১,৬০৯

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

দলং ভাগি তলত পৰিল চাৰিচকীয়া বাহন

অসম-মেঘালয় সীমান্তৰ মৌলাকান্ধিত ভয়ংকৰ ঘটনা। অন কেমেৰা দলং ভাগি...

সন্ধানহীন হৈ থকা ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ, সোণাৰিত চাঞ্চল্য

সোণাৰিত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। টাওকাক নদীত উদ্ধাৰ...

শিক্ষয়িত্ৰীৰ দায়িত্বজ্ঞানহীনতাৰ চৰম পৰিণতি

কোন স্কুলত পঢ়াইছে আপোনাৰ সন্তানক? আপোনাৰ সন্তানৰ প্ৰতি দায়িত্বশীল...

GMCHৰ NICUত দেৱশিশু মৃত্যুৰ ঘটনা; ঘটনাৰ তদন্ত চিকিৎসা শিক্ষা সঞ্চালকালয়ৰ

প্ৰসংগঃ GMCHৰ NICUত দেৱশিশু মৃত্যুৰ ঘটনাৰাজ্য জোকাৰি যোৱা ঘটনাৰ...