- জলসিঞ্চন বিভাগৰ গাণনিক প্ৰভাত কলিতাক গ্ৰেপ্তাৰ
- ৪ কোটি টকীয়া কেলেংকাৰীৰ অভিযোগত গ্ৰেপ্তাৰ গাণনিকজনক
- নিশা গুৱাহাটীস্থিত নিজা বাসগৃহৰ পৰা টংলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে
- অন্তৰ্ৱৰ্তীকালীন জামিন নাকচৰ পিছতেই নিশাই গ্ৰেপ্তাৰ কলিতাক
- উচ্চ ন্যায়ালয়ে নাকচ কৰিছিল অভিযুক্তৰ জামিন
- কাৰ্যবাহী অভিযন্তা সত্যৰাম কলিতাৰ বিৰুদ্ধে লুণ্ঠনৰ অভিযোগ
- বিটিআৰ জলসিঞ্চন বিভাগৰ CHD মৃগেন বড়োৰ বিৰুদ্ধেও অভিযোগ
- টংলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল পংকজ অসমীয়াই
- সত্যৰাম কলিতা আৰু মৃগেন বড়ো বৰ্তমান পলাতক