শোকাৱহ! ককায়েকৰ পৰিয়ালক ৰে’লত উঠাই নামিবলৈ লওঁতে সোমাই পৰিল চকাত

শিৱসাগৰ জিলাৰ শিমলুগুৰিত শোকাৱহ ঘটনা। ৰে’লৰ চেপাত থিতাতে এজনৰ মৃত্যু ঘটে। শিমলুগুৰি ৰে’ল জংচনত নামনিমুৱা চণ্ডীগড় এক্সপ্ৰেছৰ চকাত সোমাই প্ৰাণ হেৰুৱাই লোকজনে। মৃত লোকজন শিৱসাগৰৰ নিবাসী সুশীল কুমাৰ মাহাতো। লোকজনে ককায়েকৰ পৰিয়ালটোক শিমলুগুৰি ৰে’লৱে জংচনত নামনিমুৱা চণ্ডীগড় এক্সপ্ৰেছত উঠাই ৰে’লখন চলিবলৈ লোৱাৰ সময়তে জঁপিয়াই নামিবলৈ লওঁতেই চকাত সোমাই মৃত্যুক আকোৱালি লয় ৷

ইতিমধ্যে ৰে’লৱে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ...

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...