দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে পথাচাৰীক, খেদি খেদি চালকক কৰায়ত্ত কৰিলে ৰাইজে

ৰাজ্যত ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা সংঘটিত হৈছে। সোমবাৰে ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে শোকাৱহ পথ দুৰ্ঘটনা।

নুমলীগড়ৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৈগ্ৰোঙত ভয়াৱহ পথ দুৰ্ঘটনা। AS01 DC2980নম্বৰৰ বোকাখাত অভিমুখী এখন ট্ৰাকে মহতিয়াই নিয়ে এজন লোকক । থিতাতে নিহত হয় পথাচাৰী লোকজন।

দুৰ্ঘটনাৰ পিছতে স্থানীয় ৰাইজে খেদি খেদি কৰায়ত্ত কৰে ট্ৰাকখন। ঘটনাস্থলীত নুমলীগড় আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...