৫ চুপাৰি মাফিয়াৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট!

চুপাৰি ছিণ্ডিকেটৰ বিৰুদ্ধে ক্ৰাইম ব্ৰান্সৰ তদন্ত। ৫ চুপাৰি মাফিয়াৰ বিৰুদ্ধে এৰেষ্ট ৱাৰেণ্ট। শিলচৰৰ ৫ চুপাৰি মাফিয়াৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা ক্ৰাইম ব্ৰান্সৰ। চুপাৰি মাফিয়া অঞ্জন পাল, জাকিৰ হুছেইন, আলতাফ হুছেইন, ৰাজ শ্বাহ, জাকিৰ হুছেইন লস্কৰৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা।

ইতিমধ্যে শিলচৰত উপস্থিত ক্ৰাইম ব্ৰান্সৰ দল। সম্প্ৰতি শিলচৰ কাৰাগাৰত বন্দী হৈ আছে ধৃত ৫টাকৈ চুপাৰি মাফিয়া। কিছুদিন পূৰ্বে শিলচৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ৫ অভিযুক্তক। পুনৰ ক্ৰাইম ব্ৰান্সৰ গোচৰত গ্ৰেপ্তাৰ হ’ব চুপাৰি মাফিয়াকেইটা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...