প্ৰথমে কি প্ৰয়োজন ৰাষ্ট্ৰ নে ধৰ্ম? হিজাব বিতৰ্কক লৈ উদ্বেগ উচ্চ ন্যায়ালয়ৰ

হিজাব বিতৰ্কক লৈ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ প্ৰশ্ন। হিজাব বিতৰ্কই দেশ বিভক্ত কৰাৰ চেষ্টা চলাইছে। প্ৰথমে কি প্ৰয়োজন ৰাষ্ট্ৰ নে ধৰ্ম। কৰ্ণাটকৰ হিজাব বিতৰ্কক লৈ উদ্বেগ প্ৰকাশ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ। মাদ্ৰাজ হাইকৰ্টৰ মুখ্যন্যায়াধীশ এম এন ভাণ্ডাৰী আৰু ন্যায়াধীশ বি ভাৰত চক্ৰৱৰ্তীৰ বিচাৰপীঠৰ মন্তব্য কিছু শক্তিয়ে পোছাক বিতৰ্কৰ সৃষ্টি কৰিছে আৰু ই সমগ্ৰ ভাৰততে বিয়পি পৰিছে। কোনো লোক হিজাবৰ পক্ষত কোনো লোক টুপীৰ পক্ষত। এইখন এখন দেশ, ইয়াক ধৰ্মৰ নামত বিভক্ত কৰা হৈছে। বৃহস্পতিবাৰে কৰ্ণাটক উচ্চ ন্যায়ালয়ত তৃতীয় দিনৰ বাবে হিজাব বিতৰ্কৰ শুনানি অনুষ্ঠিত হয়। গোচৰটোৰ ৰায় নিদিয়ালৈকে শিক্ষানুষ্ঠানত ধৰ্মীয় কাপোৰ পৰিধান কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে ন্যায়ালয়ে।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

ইজৰাইলৰ ওপৰত ইৰানৰ আক্ৰমণ

হেজবোল্লাৰ বিৰুদ্ধে ইজৰাইলৰ আক্ৰমণৰ মাজতে ইজৰাইলৰ ওপৰত ইৰানৰ আক্ৰমণ।...

স্কুল বাছ ভস্মীভূত হৈ মৃত্যু প্ৰায় ২৫ গৰাকী ছাত্ৰ–ছাত্ৰীৰ

থাইলেণ্ডত সংঘটিত হৈছে এক শোকাৱহ ঘটনা। স্কুল বাছ ভস্মীভূত...

দাদা চাহেব ফাল্কে বঁটাৰে সন্মানিত হ’ব মিথুন চক্ৰৱৰ্তী

চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অনন্য অৱদানৰ বাবে মিথুন চক্ৰৱৰ্তীলৈ দাদা...

মণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযান

গৰৈমাৰীত গুণ্ডাৰাজমণ্ডল-দালালৰ বিৰুদ্ধে ধোঁৱাচাঙত আৰক্ষীৰ অভিযানআকৌ আৰম্ভ হৈছে লাট-মণ্ডলৰ...