ৰাজ্যত আজিৰে পৰা আকৌ হ’ব বৰষুণ, বতৰ বিজ্ঞান কেন্দ্ৰৰ আগজাননী

অসমকে ধৰি উত্তৰ-পূবৰ কেইবাখনো ৰাজ্যত আজিৰে পৰা আকৌ হ’ব বৰষুণ। বতৰ বিজ্ঞান বিভাগৰ তৰফৰ পৰা জনোৱা হৈছে এই আগজাননী। ঠাইবিশেষে পাতলীয়াৰ পৰা প্ৰবল বৰষুণ হোৱাৰ সম্ভাৱনা। কিছু কিছু ঠাইত হ’ব পাৰে শিলাবৃষ্টিও। অসমৰ লগতে অৰুণাচল প্ৰদেশতো হ’ব বৰষুণ, ৰাজ্যখনৰ ভিন্ন প্ৰান্তত পৰিব বৰফ। নিম্নগামী হ’ব তাপমাত্ৰা। অব্যাহত থাকিব শীতপ্ৰবাহ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...