দিল্লীলৈ মুখ্যমন্ত্ৰী, নাগালেণ্ড আৰু মেঘালয়ৰ মুখ্যমন্ত্ৰীৰে কি আলোচনা?

• আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ দিল্লী ভ্ৰমণ
• গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিব মুখ্যমন্ত্ৰীয়ে
• অসম-মেঘালয় সীমা সমস্যা সমাধানৰ বাবে আলোচনা
• আলোচনাত ভাগ ল’ব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমায়ো
• নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়েও এই বৈঠকত যোগদানৰ সম্ভাৱনা

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...