আৰক্ষীৰ জালত মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ছেলিম

অৱশেষত আৰক্ষীৰ জালত পৰিল মষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া ছেলিম। নগাঁৱৰ উত্তৰ পশ্চিম অঞ্চলত নিষিদ্ধ ড্ৰাগছৰ সাম্ৰাজ্য গঢ়ি তুলিছিল ছেলিমে। আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰা ছেলিমক বিছাৰি ইতিপূৰ্বে আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাইছিল যদিও প্ৰতিবাৰেই ব্যৰ্থ হৈছিল। অৱশেষত জুৰীয়া আৰক্ষীয়ে অভিযান চলাই গ্ৰেপ্তাৰ কৰে ড্ৰাগছ মাফিয়া ছেলিমক। উল্লেখ্য যে, নগাঁৱৰ কেইবাখনো আৰক্ষী থানাত বিভিন্ন ধৰণৰ অপৰাধজনিত গোচৰ ৰুজু হৈ আছে ধৃত ছেলিমৰ বিৰুদ্ধে। গাড়ী চুৰিৰ গোচৰতো অভিযুক্ত ড্ৰাগছ মাফিয়া ছেলিম।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মীৰাটৰ ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডত পত্নী মুস্কান ৰাস্তোগী আৰু প্ৰেমিক চাহিল শুক্লাক মৃত্যুদণ্ড

উত্তৰ প্ৰদেশৰ মীৰাটৰ বহুচৰ্চিত ‘ব্লু ড্ৰাম’ হত্যাকাণ্ডৰ গোচৰত ডাঙৰ...

জুবিন গাৰ্গৰ ন্যায়ৰ স্বাৰ্থত মোৰ সাক্ষ্যই সহায় কৰিলে জীৱন সাৰ্থক হ’ব: ৰাজেশ ভূঞা

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰক কেন্দ্ৰ কৰি আজি আদালতত সাক্ষ্যদানৰ...

‘লাঠিৰ প্ৰত্যুত্তৰ বাঁহীৰে…!’ প্ৰতিবাদকাৰীক আৰক্ষীয়ে প্ৰহাৰ কৰাৰ অভিযোগৰ মাজতে বাঁহীৰে প্ৰতিবাদ ৰাহুল গান্ধীৰ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বুধবাৰে মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ...

দুৰ্গোৎসৱক লৈ মহানগৰ আৰক্ষীৰ কঠোৰ নিৰ্দেশনা; নিশা ১০ বজাৰ পাছত উচ্চস্বৰত বজাব নোৱাৰিব মাইক

গুৱাহাটী মহানগৰীত শাৰদীয় দুৰ্গোৎসৱ সুকলমে আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ...