পৰজনমক বিশ্বাস কৰেনে লতা মংগেশকাৰে?

কিংবদন্তি লতা মংগেশকাৰৰ মহাপ্ৰয়াণত শোকস্তব্ধ সংগীত জগত। সকলোৱে সুঁৱৰিছে কোকিলকণ্ঠী শিল্পীগৰাকীক। লতা মংগেশকাৰৰ দেহাৱসানৰ পিছত তেওঁৰ এটি বিশেষ সাক্ষাৎকাৰ চৰ্চালৈ আহিছে। পৰজনমক বিশ্বাস কৰেনে লতা মংগেশকাৰে? শিল্পীগৰাকীক সোধা হৈছিল যদি আকৌ জন্ম লাভ কৰে তেওঁ কি হৈ জন্ম হোৱাটো বিচাৰিব? সংগীতজ্ঞ জাভেদ আখতাৰে সোধা এই প্ৰশ্নত কোকিলকণ্ঠী গায়িকাগৰাকীয়ে যি উত্তৰ দিছিল সেই উত্তৰে হতবাক কৰিব সকলোকে। হাঁহিমুখীয়া লতাজীয়ে বিষণ্ণ মনেৰে উত্তৰ দিছিল– পুনৰ জন্মলাভ কৰিলে মই লতা মংগেশকাৰ হৈ জন্ম হ’ব নিবিচাৰো। মই অন্যৰূপত জন্ম হ’ব বিচাৰিম। লতা মংগেশকাৰ হোৱাৰ পাছত মই যিমান কষ্ট লাভ কৰিছো সেই বেদনা কেৱল মইহে জানো। মৃত্যুৰ পিছত বিশেষভাৱে চৰ্চিত হৈছে লতাজী-জাভেদ আখতাৰৰ সাক্ষাৎকাৰটো। সুৰৰ দেৱী হাঁহিমুখীয়া লতা মংগেশকাৰ সুখী নাছিল নেকি? সুৰীয়া জীৱনৰ আঁৰত লুকাই আছিল নেকি বহু বেদনা!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...