অসমত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ২৫৬ জন লোক

ৰাজ্যত ক্ৰমাৎ সুস্থিৰ হৈছে ক’ভিড পৰিস্থিতি। অসমত ক’ভিডত নতুনকৈ আক্ৰান্ত হৈছে ২৫৬ জন লোক। গুৱাহাটী মহানগৰীত আক্ৰান্ত হৈছে ১১২ জন লোক। ২৪ ঘণ্টাত ৰাজ্যত ক’ভিডত মৃত্যু হৈছে ১২ জন লোকৰ। দিনটোত সৰ্বমুঠ ১০ হাজাৰ ৬৯১ টা ক’ভিড পৰীক্ষা কৰা হৈছিল। পজিটিভিটীৰ হাৰ হৈছে ২.৩৯ শতাংশ। সামগ্ৰিকভাৱে আৰোগ্য লাভৰ হাৰ হৈছে ৯৭.৭৫ শতাংশ।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

দেওবাৰৰ পৰা বিহাৰত খেলো ইণ্ডিয়া যুৱ ক্ৰীড়া-২০২৫

কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিভাসন্ধানী ৰাষ্ট্ৰীয় প্ৰতিযোগিতা খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ...

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৰাছিয়া ভ্ৰমণ বাতিল। পেহেলগামৰ ঘটনাক লৈ...

ATM ব্যৱহাৰ কৰা সকলৰ বাবে কাইলৈৰ পৰা নতুন নিয়ম…

ভাৰতীয় ৰিজাৰ্ভ বেংকে ২০২৫ চনৰ ১ মে’ৰ পৰা এটিএমৰ...