থোৰতে জানি লও আহক লতাজীৰ জীৱন পৰিক্ৰমা

কোকিলকণ্ঠী লতা মংগেশকাৰৰ জীৱনাৱসান। ক’ভিড আক্ৰান্ত হৈ চিকিত্সাধীন হৈ আছিল মুম্বাইত। ২৮ দিন ধৰি ব্ৰীচ কেণ্ডি হাস্পতালৰ ICUত আছিল। শনিবাৰে পুনৰ ভেণ্টিলেটৰত ৰখা হৈছিল লতাক। আজি পুৱা মৃত্যু হয় ভাৰতৰত্ন লতা মংগেশকাৰৰ। ব্ৰীচ কেণ্ডি হাস্পতালৰ মুখ্য কাৰ্যবাহীয়ে নিশ্চিত কৰিলে লতাৰ মৃত্যুৰ বাতৰি। উল্লেখ্য যে, ৮ জানুৱাৰীত ভৰ্তি কৰোৱা হৈছিল ব্ৰীচ কেণ্ডি হাস্পতালত।
থোৰতে জানি লও আহক লতাজীৰ জীৱন পৰিক্ৰমা-
১. ১৯৬৯ত পদ্মভূষণ সন্মানেৰে বিভূষিত হৈছিল লতা
২. পদ্ম বিভূষণ সন্মানেৰে বিভূষিত হৈছিল ১৯৯৯ত
৩. ২০০১ চনত ভাৰতৰত্ন প্ৰদান কৰা হৈছিল গায়িকাগৰাকীক
৪. ২০০৯ চনত ফ্ৰান্সৰ সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভূষিত লতা
৫. ১৯২৯ চনৰ ২৮ ছেপ্তেম্বৰ জন্ম হৈছিল লতাৰ
৬. ৩৫ হাজাৰৰো অধিক গীতত কণ্ঠদান কৰিছিল লতাই
৭. ৩ বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল লতাই
৮. ১৩ বছৰ বয়সতে সংগীতজগতত ভৰি দিছিল লতা মংগেশকাৰে
৯. ১৯৪২ চনত বাণীবদ্ধ হৈছিল লতাৰ কণ্ঠত প্ৰথমটো গীত
১০. সুধাকণ্ঠৰ বহুতো গীতত কণ্ঠদান কৰিছিল লতা মংগেশকাৰে

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...