১৯-অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেল, আজি ভাৰতৰ সন্মুখত ইংলেণ্ড

আজি ভাৰত আৰু ইংলেণ্ডৰ মাজত ১৯-অনুৰ্ধৰ বিশ্বকাপৰ ফাইনেল মেচত। ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬.৩০ বজাৰ পৰা গুৰুত্বপুৰ্ণ খেলখন অনুষ্ঠিত হ’ব। ফাইনেল খেলখন ছাৰ ভিভিয়ান ৰিচাৰ্ডছ ষ্টেডিয়াম, এণ্টিগুয়া খেলা হ’ব।

উল্লেখযোগ্য যে, বিশ্বকাপৰ ১৪ টা সংস্কৰণত চাৰিটা ট্ৰফীৰ সৈতে অনুৰ্ধ-১৯ বিশ্বকাপৰ ইতিহাসত ভাৰত হৈছে আটাইতকৈ সফল দল। ইয়াৰ ভিতৰত ভাৰতে আঠবাৰ বিশ্বকাপৰ ফাইনেল খেল খেলিছে। ইংলেণ্ডে শেষবাৰৰ বাবে ১৯৯৮ চনত ১৯-অনুৰ্ধৰ বিশ্বকাপ জয় কৰিবলৈ সক্ষম হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ওড়িশাৰ উপকূলৰ সমীপৰ গভীৰ সাগৰত প্ৰাকৃতিক গেছৰ সন্ধান ONGCৰ

ভাৰতৰ শক্তি সম্পদৰ অনুসন্ধানৰ ক্ষেত্ৰত উল্লেখযোগ্য সফলতা অৰ্জন কৰিছে...

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টোত জিলিকিল উত্তৰ-পূৰ্বাঞ্চলৰ কাহিনী

নাগালেণ্ডৰ পাহাৰৰ পৰা অস্কাৰৰ দুৱাৰমুখলৈ ‘আং’, টৰন্টো চলচ্চিত্ৰ মহোৎসৱত...