চীনে অৰুণাচলৰ যুৱক নহয়, এইবাৰ অৰুণাচলত অপহৰণ কৰিলে অসমৰ যুৱকক

চীনে অৰুণাচলৰ যুৱক নহয়, এইবাৰ অৰুণাচলত অপহৰণ কৰিলে অসমৰ যুৱকক। অৰুণাচল প্ৰদেশৰ লংডিং জিলাত অপহৰণ কাণ্ড। ডিব্ৰুগড়ৰ হেমন্ত কোচক অপহৰণ অৰুণাচলত। ইয়াৰ লগতে বিহাৰৰ ৰামাচিশ মহতো আৰু এজন স্থানীয় বাসিন্দা বানফুৱা ৱাংপাঙকো অপহৰণ। অপহৰণৰ আঁৰত NSCN(K) জড়িতৰ সন্দেহ। ইতিমধ্যে স্থানীয় যুৱক বানফুৱা ৱাংপাঙক মুকলি কৰি দিয়ে যদিও হেমন্ত কোচ আৰু বিহাৰৰ লোকজন এতিয়াও অপহৰণকাৰীৰ কবলত। লংডিং জিলাৰ লংখাও আৰু পুমাও নামৰ গাঁৱৰ পথ নির্মাণত নিয়োজিত আছিল এই লোককেইজন। প্ৰশাসনক NSCN(K)ৰ কবলৰ পৰা উদ্ধাৰ কৰি অনাৰ কাতৰ আহ্বান পৰিয়ালৰ

NKTV Digital
Author: NKTV Digital

355 COMMENTS

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...