ফেব্ৰুৱাৰী মাহত এইকেইটা দিনত বন্ধ থাকিব বেংক

ফেব্ৰুৱাৰী মাহত ১২ দিনৰ বাবে বেংক বন্ধ থাকিব। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ফেব্ৰুৱাৰীৰ বাবে বন্ধৰ তালিকা অনুসৰি দেশৰ বিভিন্ন স্থানত থকা বেংকত নিৰ্বাচিত বন্ধৰ দিনসমূহ প্ৰকাশ কৰিছে। ইয়াত অন্তৰ্ভুক্ত হৈছে শনিবাৰ আৰু দেওবাৰৰ লগতে গুৰুত্বপূৰ্ণ তিথি।
সমগ্ৰ দেশৰ ভিন্ন প্ৰান্তত ফেব্ৰুৱাৰী মাহত বন্ধ থাকিবলগা দিনসমূহ-
২ ফেব্ৰুৱাৰী-সোণম লস্কৰ(গেংটক)
৫ ফেব্ৰুৱাৰী-সৰস্বতী পূজা বা বসন্ত পঞ্চমী
৬ ফেব্ৰুৱাৰী-প্ৰথম দেওবাৰ
১২ ফেব্ৰুৱাৰী-দ্বিতীয় শনিবাৰ
১৩ ফেব্ৰুৱাৰী-দ্বিতীয় দেওবাৰ
১৫ ফেব্ৰুৱাৰী-মহম্মদ হজৰত আলীৰ জন্মদিন, লুইছ নাগাই নি
১৬ ফেব্ৰুৱাৰী-গুৰু ৰবিদাস জয়ন্তী
১৮ ফেব্ৰুৱাৰী-দৌলযাত্ৰা
১৯ ফেব্ৰুৱাৰী-চত্ৰপতি শিৱাজী মহাৰাজ জয়ন্তী
২০ ফেব্ৰুৱাৰী-তৃতীয় দেওবাৰ
২৬ ফেব্ৰুৱাৰী-চতুৰ্থ শনিবাৰ
২৭ ফেব্ৰুৱাৰী-চতুৰ্থ দেওবাৰ
মুঠতে পৰৱৰ্তী মাহত মুঠ ১২ দিন বন্ধৰ দিন। অৱশ্যে দেশৰ সকলো বেংকে সকলো স্থানতে ১২ দিন দিন বন্ধ নাৰাখে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...