তিতাকেৰেলা এইকেইটা ৰোগৰ বাবে অত্যন্ত উপকাৰী

কিছু লোকে তিতা সোৱাদৰ বাবে তিতাকেৰেলা খাবলৈ পছন্দ নকৰে। কিন্তু তিতাকেৰেলা স্বাস্থ্যৰ বাবে যথেষ্ঠ উপকাৰী। তিতা কেৰেলাই ৰোগ প্ৰতিৰোধকাৰী ক্ষমতা বঢ়াই আৰু বহু ৰোগৰ পৰা ৰক্ষা কৰে। তিতা কেৰেলাই গাঠিৰ বিষ, বমি ভাব, ডায়েৰিয়া আৰু মেদৰ পৰা মুক্তি দিয়ে। অৱশ্যে ঔষধি গুণেৰে পৰিপূৰ্ণ তিতা কেৰেলাৰ ৰস উলিয়ায়ো খাব পাৰে। কফ, কোষ্ঠকাঠিন্য, পাচনজনিত ৰোগ, হজম শক্তি ভাল কৰাত সহায়ক। হাঁপানী ৰোগীসকলে তিতা কেৰেলা খালে উপকাৰ পোৱা যায়। পেটত গেছ আৰু বদহজমৰ ক্ষেত্রত তিতা কেৰেলাৰ ৰসে দীৰ্ঘকাল ধৰি এই ৰোগ নিৰাময় কৰিব পাৰে। তিতা কেৰেলাৰ ৰসে লিভাৰ শক্তিশালী কৰে আৰু লিভাৰৰ সমস্যা দূৰ কৰে। জণ্ডিছত প্ৰতিদিনে এক গিলাচ তিতা কেৰেলাৰ ৰস খালে উপশম হয়। ডায়েবেটিচ ৰোগী সকলৰ বাবেও অতি উপকাৰী। তিতা কেৰেলাৰ ৰসে মেদবহুলতা কমোৱাতো যথেষ্ট সহায় কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জম্মু-কাশ্মীৰ সীমান্তত থকা বিদ্যালয়লৈ ১ কোটি টকাৰ অনুদান আগবঢ়ালে অক্ষয় কুমাৰে

বলিউড অভিনেতা অক্ষয় কুমাৰে জম্মু আৰু কাশ্মীৰৰ গুৰেজ উপত্যকাৰ...

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত

বশিষ্ঠ আৰক্ষীৰ জালত ৭ দুৰ্ধৰ্ষ ডকাইত। গৰু চুৰি আৰু...

পেট্ৰ’ল-ডিজেলৰ দাম বৃদ্ধিৰ পিছত ৰাজ্যবাসীলৈ পৰিবহন মন্ত্ৰীৰ আহ্বান

দেশজুৰি পেট্ৰ’ল আৰু ডিজেলৰ দাম বৃদ্ধি পোৱাৰ সময়তে অসমৰ...

জনজাতি সুৰক্ষা মঞ্চৰ সংবাদমেল; ধৰ্মান্তৰকৰণৰ বিৰুদ্ধে সৰৱ

গুৱাহাটীৰ কেশৱ ধামত জনজাতি সুৰক্ষা মঞ্চ, অসম প্ৰদেশৰ এখন...