জ্যেষ্ঠ সাংবাদিক মুনীন চৌধুৰীৰ দেহাৱসান

জ্যেষ্ঠ সাংবাদিক মুনীন চৌধুৰীৰ মৃত্যু। ৫৮ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ। পাঠশালাৰ হৰিপুৰৰ নিজ বাসগৃহত সন্ধিয়া ৬.৩০ বজাত মৃত্যু ঘটে সাংবাদিকজনৰ। দীৰ্ঘদিন ধৰি মধুমেহ ৰোগত আক্ৰান্ত আছিল চৌধুৰী। দীর্ঘদিনে সাংবাদিকতাৰ সৈতে জড়িত আছিল। গুৱাহাটীৰ পৰা প্ৰকাশিত জনসাধাৰণ আৰু দৈনিক বাতৰি কাকতত সম্পাদনা কক্ষত কেবাবছৰো কাম কৰিছিল মুনীন চৌধুৰীয়ে। বিভিন্ন গ্ৰন্থৰ সম্পাদনাৰ সৈতেও জড়িত আছিল মুনীন চৌধুৰী। অসম সাহিত্য সভাৰ সৈতেও জড়িত আছিল চৌধুৰী।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...