শিক্ষা বিভাগত চাকৰি পোৱাসকলে ৩ বছৰলৈ আন চাকৰিত কৰিব নোৱাৰিব আবেদন

শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। বিভাগত নতুনকৈ নিযুক্তি পোৱা কৰ্মচাৰীয়ে ৩ বছৰলৈ কোনো ৰাজ্যিক পৰ্যায়ৰ চাকৰিত আবেদন কৰিব নোৱাৰিব। নিযুক্তি পোৱাৰ ৩ বছৰলৈ কোনো অসম চৰকাৰৰ অধীনৰ সমপৰ্যায়ৰ আন চাকৰিৰ বাবে কৰিব নোৱাৰিব আবেদন। ইতিমধ্যে এই সন্দৰ্ভত নিৰ্দেশনাও প্ৰকাশ কৰিছে শিক্ষা বিভাগে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...