নিজে গৰ্ভধাৰণৰ পৰিৱৰ্তে চেৰ’গেট মাতৃৰ জৰিয়তে সন্তান জন্ম দিবলৈ সাজু প্ৰিয়ংকা চোপ্ৰা

মাতৃ হ’বলৈ ওলাইছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। শুকুৰবাৰে নিশা স্বামী নিক জ’নাছৰ স’তে এই কথা প্ৰকাশ কৰিছে অভিনেত্ৰীগৰাকীয়ে। অৱশ্য প্ৰিয়ংকা চোপ্ৰাই নিজে গৰ্ভধাৰণৰ পৰিৱৰ্তে চেৰ’গেট মাতৃৰ জৰিয়তেহে সন্তান জন্ম দিবলৈ সাজু হৈছে।

জ’নাছ পৰিয়াললৈ নতুন অতিথি আগমনক লৈ উৎফুল্লিত হৈ পৰিছে প্ৰিয়ংকা-নিক উভয়ে। ২০১৮ চনত বিবাহপাশত আবদ্ধ হোৱা নিক–প্ৰিয়ংকাৰ এয়া হ’ব প্ৰথম সন্তান। চেৰ’গেট মাতৃৰ জৰিয়তে সন্তান জন্ম দিয়াৰ কথা অভিনেত্ৰীগৰাকীয়ে ইতিমধ্যে ইনষ্টাগ্ৰামৰ জৰিয়তে প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...