মৰিগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী!

মৰিগাঁওৰ ভূৰাগাঁৱত ড্ৰাগছ সৰবৰাহকাৰীলৈ আৰক্ষীৰ গুলী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শ্বহিদুল ইছলাম নামৰ সৰবৰাহকাৰীটোক। আৰক্ষীৰ অভিযানৰ সময়ত পলায়নৰ চেষ্টা চলাইছিল।

পলায়নৰ চেষ্টা কৰোতেই আৰক্ষীৰ গুলীচালনা। অৱশ্যে শ্বহিদুলৰ গাত নালাগিল গুলী। খেদি খেদি কৰায়ত্ত কৰে আৰক্ষীয়ে। সৰবৰাহকাৰীটোৰ পৰা জব্দ কৰে ড্ৰাগছ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

‘প্ৰতিবাদ কৰা মানেই জেন জি দেশবিৰোধী নহয়, তেওঁলোক আমাৰেই সন্তান’: ছাত্ৰ প্ৰতিবাদ আৰু ছ’চিয়েল মিডিয়া সম্পৰ্কে RSS প্ৰধান মোহন ভাগৱত

শেহতীয়াকৈ শিক্ষাৰ্থীসকলে কৰা আন্দোলন আৰু প্ৰতিবাদকাৰীসকলক 'দেশবিৰোধী' বুলি দিয়া...

নিযুত মইনা আৰু নিযুত বাবু আঁচনিৰ আবেদন-পত্ৰ বিতৰণৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ; বানপীড়িত বিদ্যালয় আৰু শিক্ষাৰ্থীলৈ সাহায্য ঘোষণা

ৰাজ্যৰ শিক্ষাৰ্থীসকলৰ উচ্চশিক্ষাক উৎসাহিত কৰাৰ উদ্দেশ্যৰে মুখ্যমন্ত্রী ড° হিমন্ত...

থাইলেণ্ডত ফুটবল মেচ চলি থকাৰ সময়তে বজ্ৰপাত: ২৪ বছৰীয়া ফুটবলাৰৰ কৰুণ মৃত্যু, আহত আন ১২ জন

থাইলেণ্ডৰ দক্ষিণাঞ্চলৰ নাৰাথিৱাত প্ৰদেশৰ ছুংগাই গোলক চহৰৰ শান্তিপাপ ষ্টেডিয়ামত...