আৰম্ভ হ’ল ৩০ কোটি টকীয়া উৰণীয়া সেতুৰ নিৰ্মাণকাৰ্য, লামডিং চহৰে পাব ন ৰূপ

লামডিঙৰ ৰাইজৰ বাবে এটা ভাল খবৰ। লামডিঙত আৰম্ভ হ’ল ৩০ কোটি টকীয়া উৰণীয়া সেতুৰ নিৰ্মাণৰ কাম৷ প্ৰায় দুটা বছৰৰ অন্তত বন্ধ হৈ যোৱা প্ৰকল্পৰ কাম পুনৰহৈছে। লামডিঙৰ হৰুলংফাৰ নদীৰ ওপৰৰে আৰম্ভ হোৱা এই উৰণীয়া সেতু লামডিং চিল্ডেন পাৰ্কৰ পৰা অফিচাৰ কলনীলৈ নিৰ্মাণ কৰা হ’ব৷ গুৱাহাটীৰ নিলোপম নিৰ্মাণ কনষ্ট্ৰাকচন নামৰ এই কোম্পানীটোৱে সেতুখনৰ প্ৰকল্পৰ হাতত লৈছে। এই প্ৰকল্পটো সম্পূৰ্ণ হ’লে চহৰখনৰ যাতায়াতৰ ক্ষেত্ৰত যথেষ্ট সকাহ পাব আবাসীসকলে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...