ক’ভিড সংক্ৰমণৰ বাবে পিছুৱাই দিয়া হ’ল মিছ ৱৰ্ল্ড ২০২১ প্ৰতিযোগিতা

পিছুৱাই দিয়া হ’ল মিছ ৱৰ্ল্ড ২০২১ প্ৰতিযোগিতা। কেইবাগৰাকী প্ৰতিযোগীৰ লগতে আয়োজক কমিটীৰ কেইবাজনো সদস্য ক’ভিডত আক্ৰান্ত হোৱাত কৰ্তৃপক্ষই পিছুৱাই দিয়ে এই সুন্দৰী প্ৰতিযোগিতা। পুৱেৰ্ট’ ৰিকোত ১৬ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া আছিল মিছ ৱৰ্ল্ড প্ৰতিযোগিতাৰ চূড়ান্ত ৰাউণ্ড।

আয়োজক সমিতিৰ লগতে প্ৰতিযোগীসকলৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি পিছুৱাই দিয়া হয় এই প্ৰতিযোগিতা। প্ৰতিযোগী আৰু আয়োজককে ধৰি মুঠ ১৭ গৰাকী লোক ক’ভিডত আক্ৰান্ত হৈছে। আক্ৰান্তসকলৰ ভিতৰত আছে ভাৰতীয় প্ৰতিযোগী মনসা বাৰানসী। মনসাই ২০২০ চনত মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰিছিল।

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...