২০ ডিচেম্বৰলৈ বন্ধ পাঠদান

কভিডৰ দৈনিক নতুন নতুন সংক্ৰমণৰ তথ্য পোহৰলৈ আহিছে। এইবাৰ বিশ্বনাথ জিলাৰ বিহালীৰ শিক্ষানুষ্ঠানত কভিডৰ জাল। পণ্ডিত দীনদয়াল আদৰ্শ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা জাহ্নৱী নাথৰ দেশত ধৰা পৰিছে কভিড ৷ অলপতে অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ৰ পৰা আহিছিল প্ৰবক্তাগৰাকী। কভিডত আক্ৰান্তৰ বাবে কভিড পৰীক্ষাৰ ব্যৱস্থা কৰিছে শিক্ষানুষ্ঠানখনে। ইয়াৰ লগতে ৪ দিনৰ বাবে বন্ধ থাকিব পাঠদান। ২০ ডিচেম্বৰলৈকে কলেজখন বন্ধৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিয়মীয়া পাঠদান আৰম্ভ হোৱাৰ পিছতে ইখনৰ পিছত সিখন কলেজ-বিশ্ববিদ্যালয়ত কভিড সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...