২০২২ত কোনকেইটা দিনত চৰকাৰী বন্ধ থাকিব?

২০২২ত অসমত কোনকেইটা দিনত চৰকাৰী বন্ধ থাকিব?

আহক জানি লও বন্ধৰ তালিকা


১৪, ১৫ জানুৱাৰী- মাঘ বিহু/টুছু পূজা
২৩ জানুৱাৰী- নেতাজীৰ জন্মজয়ন্তী
২৫ জানুৱাৰী- বাথৌ পূজা
২৬ জানুৱাৰী- গণৰাজ্য দিৱস
৩১ জানুৱাৰী- মে-ডাম-মেফি
১৬ ফেব্ৰুৱাৰী- চিলাৰায় দিৱস
১৮ মাৰ্চ- দৌলযাত্ৰা
১৪-১৬ এপ্ৰিল- ব’হাগ বিহু
১৫ এপ্ৰিল- গুড ফ্ৰাইডে
২১ এপ্ৰিল- সতী সাধনী দিৱস
১ মে’ শ্ৰমিক- দিৱস/দামোদৰদেৱৰ তিথি
৩ মে’- ঈদ উল ফিটৰ
১৬ মে’- বৌদ্ধ পূৰ্ণিমা
১৭ মে’- মহাপুৰুষ মাধৱদেৱৰ জন্মোৎসৱ
১০ জুলাই- ঈদ উল জোহা
১৫ আগষ্ট- স্বাধীনতা দিৱস
১৯ আগষ্ট- জন্মাষ্টমী
২৯ আগষ্ট- মহাপুৰুষ শংকৰদেৱৰ তিথি
৬ ছেপ্টেম্বৰ- কৰম পূজা
১৪ ছেপ্টেম্বৰ- মাধৱদেৱৰ তিথি
২ অক্টোবৰ- গান্ধী জয়ন্তী/দুৰ্গা পূজাৰ সপ্তমী
৩, ৪ অক্টোবৰ- অষ্টমী আৰু নৱমী পূজা
৫ অক্টোবৰ- বিজয় দশমী/দশেৰা/শংকৰদেৱৰ জন্মোৎসৱ
১৮ অক্টোবৰ- কাতি বিহু
২৪ অক্টোবৰ- কালী পূজা/দীপাৱলী
২৭ অক্টোবৰ- ভাতৃ দ্বিতীয়া
৩০ অক্টোবৰ- ষট পূজা
৮ নৱেম্বৰ- গুৰু নানকৰ তিথি
২৪ নৱেম্বৰ- লাচিত দিৱস
২ ডিচেম্বৰ- অসম দিৱস

২৫ ডিচেম্বৰ- বৰদিন

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Popular

More like this
Related

উৎকট গৰম : শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান

শিক্ষানুষ্ঠানৰ সময়সূচী সলনি কৰাৰ আহ্বান : সদৌ অসম সন্মিলিত...

আৰ ই চি বক্সিং: মহিলা এলিট শাখাৰ কোৱাৰ্টাৰত প্ৰৱেশ অসমৰ আঠ বক্সাৰৰ

অসমৰ পুৰুষৰ লগতে মহিলা বক্সাৰেও গুৱাহাটীত চলি থকা আৰ...

NRCৰ সময়ত যিসকলৰ বায়’মেট্ৰিক বন্ধ হৈছিল, তেওঁলোকে কিদৰে আধাৰ কাৰ্ড লাভ কৰিব?

UIDAIয়ে ৯.৩৫ লাখ NRC-BME স্থগিত ৰখা অসমৰ আবেদনৰ বাবে...

চর্জুন হান্সেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব প্রদান

ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সিদ্ধান্ত সদৌ অসম ছাত্ৰ সন্থাৰ এখন...