‘১ জানুৱাৰীত ১০০ কোটি টকাৰ মদৰ সলনি গাখীৰ বিক্ৰী কৰাৰ সংকল্প লওক’

  • ‘গুৱাহাটী মহানগৰীৰ মানুহে এটা ৰাতিত ১৫ কোটি টকাৰ মদ খাইছিল’
  • ‘নতুন বছৰ আদৰিবলৈ মানুহে ১০০ কোটি টকাৰ মদ খায়’
  • ‘মাতৃ গৰাকীয়ে হৈছে শ্ৰেষ্ঠ শিক্ষক; ঘৰখন পৃথিৱীৰ শ্ৰেষ্ঠ পাঠশালা’
  • ‘১ জানুৱাৰীত ১০০ কোটি টকা মদৰ বিপৰীতে ১০০ কোটি টকাৰ গাখীৰ বিক্ৰী কৰাৰ সংকল্প লওক’
  • ‘শ্ৰীমন্ত শংকৰদেৱ সংঘই হৈছে অসমৰ শেষ আশা’
  • ‘অসমৰ মানুহে এতিয়া কোনো সংগঠনক বিশ্বাস নকৰে’
  • ‘কোনো স্বেচ্ছাসেৱী সংগঠনক বিশ্বাস নকৰে’
  • ‘কোনো জাতীয়তাবাদী সংগঠনক বিশ্বাস নকৰে’
  • ‘অসমীয়া জাতিটোক বচোৱাৰ দ্বায়িত্ব শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ’
  • শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সভাত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ হিতেশ ডেকাৰ গুৰুত্বপূৰ্ণ মন্তব্য
NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...