ডাৱৰ বিস্ফোৰণৰ ফলত হাহাকাৰ পৰিস্থিতি, সন্ধানহীন ৯ জনকৈ শ্ৰমিক

উত্তৰাখণ্ডত প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ। ডাৱৰ বিস্ফোৰণৰ ফলত উত্তৰ কাশীত হাহাকাৰ পৰিস্থিতি। ডাৱৰ বিস্ফোৰণত সন্ধানহীন ৯ জনকৈ শ্ৰমিক। নিৰুদ্দিষ্ট শ্ৰমিকৰ সন্ধানত SDRFৰ অভিযান অব্যাহত। ডাৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হৈছে ভয়ংকৰ বান পৰিস্থিতি। কুঠনৌৰ গাঁৱত ডাৱৰ বিস্ফোৰণৰ ফলত ভয়াৱহ বান।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি গুৱহাটীত ৰাজস্থান ৰয়েলছ-মুম্বাই ইণ্ডিয়ানছৰ মেচ

ঘৰুৱা সমৰ্থকৰ বাবে সদায়ে দায়বদ্ধ হৈ থকা ৰাজস্থান ৰয়েলছে...

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...