কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত নতুন বলিউড ছবি 83ৰ টেইলাৰ মুকলি

কিংবদন্তী ক্ৰিকেটাৰ কপিল দেৱৰ জীৱনৰ ওপৰত আধাৰিত নতুন বলিউড ছবি 83ৰ টেইলাৰ মুকলি কৰা হয়। এই ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে। কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিবৰ বাবে ৰণবীৰ সিঙে নিজকে কপিল দেৱৰ সৈতে মিলাবলৈ যথেষ্ট চেষ্টা কৰিছে।

ৰণবীৰ সিঙৰ মেক অভাৰ যথেষ্ট কপিল দেৱৰ লগত মিলিছে বুলি বি টাউনত চৰ্চা চলিছে। বহু প্ৰতিক্ষিত এই ছবিখন ২৪ ডিচেম্বৰত মুক্তি পোৱাৰ সম্ভাৱনা আছে। ১৯৮৩ৰ ৱৰ্ল্ড কাপ বিজয়ৰ ওপৰত আধাৰিত এই ছবিখন। ৰণবীৰ সিঙৰ বিপৰীতে দেখিবলৈ পোৱা যাব দীপিকা পাডুকনক।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বলীউডৰ ছবিত জিলিকিল শিৱসাগৰৰ ৩ যুৱক; ছুপাৰষ্টাৰ ৰজনীকান্তৰ সৈতে কাম কৰাৰ সুযোগ লাভ

বলীউডৰ ছবিজগতত নিজৰ প্ৰতিভাৰে খোজ পেলাইছে শিৱসাগৰৰ তিনি অসমীয়া...

মেনিলাৰ সমীপত আকাশমাৰ্গত সংঘৰ্ষ ফিলিপাইনছৰ দুই সামৰিক বিমানৰ, নিহত ৪ পাইলট

ফিলিপাইনছৰ বায়ুসেনাই শনিবাৰে এক বিবৃতিযোগে জনায় যে, শুকুৰবাৰে ফাৰ্নাণ্ডো...