তামোল গছ পৰি মৃত্যু পাঁচ বছৰীয়া মুছলিমাৰ

মৰ্মান্তিক ঘটনা। কাছাৰৰ বৰখলাত তামোল গছ পৰি মৃত্যু পাঁচ বছৰীয়া শিশুৰ। মৃত কন্যা শিশুটিৰ নাম মুছলিমা বেগম লস্কৰ।

নেনু মিয়া নামৰ এজন লোকে এজোপা তামোল গছ কাটি থকাৰ সময়ত হঠাৎ প্ৰতিবেশী এগৰাকী পাঁচ বছৰীয়া শিশু কন্যাৰ ওপৰত পৰি যায়। ঘটনাৰ পাছত শিশুটিক ততাতৈয়াকৈ স্থানীয় এখন হাস্পতালত লৈ যোৱা হয় যদিও শিশুটিৰ অবস্থা সংকটজনক হোৱাত চিকিৎসকে শিশুটিক শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে । শিলচৰ মেডিকেল কলেজত ভৰ্তি কৰোৱাৰ কিছু সময়ৰ পাছত মৃত্যু ঘটে কনমাণি শিশুটিৰ।

মৰ্মান্তিক এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত শোকৰ ছাঁ পৰিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাছিয়া বা চীন নহয়, এই ৩১খন দেশৰ বিৰুদ্ধে আমেৰিকাই প্ৰথমে যুঁজিব…

১৯৪৯ চনত ব্ৰিটেইন, ফ্ৰান্সৰ দৰে ইউৰোপীয় দেশৰ সৈতে আমেৰিকাই...

ভেনিজুৱেলাত চাহ একাপৰ দামত পোৱা যাব সোণ

পৃথিৱীত এনেকুৱা এখন ঠাই আছে য’ত সোণৰ দাম ভাল...

এখন গ্ৰন্থই সলনি কৰিছিল ঝি জিনপিঙৰ জীৱন…

চীনৰ ৰাষ্ট্ৰপতি ঝি জিনপিঙে এক ব্যক্তিগত কথা প্ৰকাশ কৰিছে।...

বৰ্খাস্ত হোৱা মুস্তাফিজুৰে KKRৰ পৰা পাবনে ৯.২০ কোটি টকা? নিয়মবোৰ কি কি?

IPLৰ পৰা মুস্তাফিজুৰ ৰহমান বাদ পৰাৰ পিছত বিতৰ্ক বহু...