- সোণাৰিত কাঠফুলা খাই শিশুসহ ৪ জনৰ মৃত্যু
- ২নং লালতি পথাৰত কাঠফুলা খাই অসুস্থ হৈছিল ৮জন
- ৭ এপ্ৰিলত সেৱন কৰিছিল বিষাক্ত কাঠফুলা
- আটাইকেইজন চিকিত্সাধীন হৈ আছিল AMCHতচিকিত্সাধীন অৱস্থাত ৪জনৰ মৃত্যু
- অজয় কৰ্মকাৰ, ৰীমা কৰ্মকাৰ, চয়নিকা কৰ্মকাৰৰ মৃত্যু
- মৃত্যু হৈছে জোনাকী পজা নামৰ আন এজন আক্ৰান্তৰ