জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ সংঘৰ্ষত নিহত ৪ সেনা জোৱান

জম্মু-কাশ্মীৰত পুনৰ সেনা-সন্ত্ৰাসবাদীৰ সংঘৰ্ষ। সন্ত্ৰাসবাদী-সেনাৰ গুলিয়াগুলীত নিহত হৈছে ৪ সেনা জোৱান। ডোদা জিলাৰ ডেছা বনাঞ্চলত তালাচীৰ সময়তে হয় সংঘৰ্ষ। সোমবাৰে নিশা হোৱা সংঘৰ্ষত আহত হয় এজন আৰক্ষীও। ঘটনাৰ পিছতে চিকিৎসালয়ত ভৰ্তি কৰোৱাহয় আৰক্ষীজনক। সেনা আৰু আৰক্ষীৰ SOG-এ চলাইছিল অভিযান। বনাঞ্চলত সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ আছিল নিৰাপত্তাৰক্ষীৰ হাতত। দুই পক্ষৰ মাজত প্ৰায় ২০ মিনিট ধৰি চলে গুলিয়াগুলী।

Popular

More like this
Related

২১৪ জন পণবন্দীক হত্যা, বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া

২১৪ জন পণবন্দীক হত্যা। বালোচ বিদ্রোহীৰ ঘোষণাত বিশ্বজুৰি প্ৰতিক্ৰিয়া।...

গুৱাহাটীত গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী, ৩ যুৱতীয়ে চুৰি কৰিলে ৩খনকৈ বাহন

এইবাৰ গাড়ী চুৰি কাৰ্যত লিপ্ত যুৱতী। মহানগৰীত মণিপুৰৰ ৩...