৩৬গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা

২০২৩ বৰ্ষৰ ৰাজ্যিক শিক্ষক বঁটা ঘোষণা
মুঠ ৩৬গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা
মাধ্যমিক পৰ্যায়ৰ ২১গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা
বৰপেটাৰ শিক্ষক তাপস কুমাৰ সৰকাৰলৈ বঁটা
বৰপেটাৰ ছেইণ্ট যোছেফ হাইস্কুল এমালগামেটেডৰ সহকাৰী শিক্ষক তাপস কুমাৰ সৰকাৰ
দৰঙৰ শিক্ষক হিৰণ্য কুমাৰ নাথলৈ বঁটা
দৰঙৰ বাপুজী গাৰ্লছ হাইস্কুলৰ স্নাতক শিক্ষক হিৰণ্য কুমাৰ নাথ
ওদালগুৰিৰ শিক্ষক ধীৰেন্দ্ৰ নাথ বৰুৱালৈ বঁটা
ওদালগুৰিৰ গোলমাগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক ধীৰেন্দ্ৰ নাথ বৰুৱা
গোৱালপাৰাৰ শিক্ষক মক্তাছিদুজ জামান আজাদলৈ বঁটা
গোৱালপাৰাৰ ফাটেঙাপাৰা হাইস্কুলৰ স্নাতক শিক্ষক মক্তাছিদুজ জামান আজাদ
দৰঙৰ শিক্ষয়িত্ৰী অনিমা দাসলৈ বঁটা
দৰঙৰ লেঙেৰীয়াঝাৰ কৃষক হায়াৰ ছেকেণ্ডাৰী স্কুলৰ অতিৰিক্ত শিক্ষয়িত্ৰী অনিমা দাস
বাক্সাৰ শিক্ষক দেওবৰ ৰামচিয়াৰীলৈ বঁটা
বাক্সাৰ বৰমা গাৰ্লছ হাইস্কুলৰ প্ৰধান শিক্ষক দেওবৰ ৰামচিয়াৰী
লখিমপুৰৰ শিক্ষক হৰি ভাগৱতীলৈ বঁটা
লখিমপুৰৰ জৱাহৰজ্যোতি এইচ এছ স্কুলৰ অধ্যক্ষ হৰি ভাগৱতী
কামৰূপৰ শিক্ষক মদনমোহন কলিতালৈ বঁটা
কামৰূপৰ ডোৰাকঁহৰা হাইস্কুলৰ স্নাতক শিক্ষক মদনমোহন কলিতা
কামৰূপৰ শিক্ষক ভগৱান বৈশ্যলৈ বঁটা
কামৰূপৰ ভৃংগেশ্বৰ হাইস্কুলৰ প্ৰধান শিক্ষক ভগৱান বৈশ্য
দৰঙৰ শিক্ষক ভূষণ চন্দ্ৰ চহৰীয়ালৈ বঁটা
দৰঙৰ বুঢ়া এল বি হাইস্কুলৰ প্ৰধান শিক্ষক ভূষণ চন্দ্ৰ চহৰীয়া
গোলাঘাটৰ শিক্ষক হেৰম্ব বাৰুকিয়াললৈ বঁটা
গোলাঘাটৰ বোকাখাত এইচ এছ স্কুলৰ অধ্যক্ষ হেৰম্ব বাৰুকিয়াল
বাক্সাৰ শিক্ষক ৰণিশ চন্দ্ৰ ৰামচিয়াৰীলৈ বঁটা
বাক্সাৰ আঠিয়াবাৰী বিদ্যামন্দিৰ এইচ এছ স্কুলৰ অধ্যক্ষ ৰণিশ চন্দ্ৰ ৰামচিয়াৰী
গোলাঘাটৰ শিক্ষক মৃণাল খাওন্দলৈ বঁটা
গোলাঘাটৰ মুহিৰাম হাজৰিকা হাইস্কুলৰ প্ৰধান শিক্ষক মৃণাল খাওন্দ
মৰিগাঁৱৰ শিক্ষক প্ৰদীপ কুমাৰ পাটৰলৈ বঁটা
মৰিগাঁৱৰ অলকাপুৰ এছ এছ কে ছেকেণ্ডাৰী স্কুলৰ স্নাতক শিক্ষক প্ৰদীপ কুমাৰ পাটৰ
দৰঙৰ শিক্ষক পৱন কুমাৰ কলিতালৈ বঁটা
দৰঙৰ ছিপাঝাৰ এইচ এছ এণ্ড এম পি স্কুলৰ স্নাতকোত্তৰ শিক্ষক পৱন কুমাৰ কলিতা
বৰপেটাৰ শিক্ষক গুণীন্দ্ৰ নাথ ওজালৈ বঁটা
বৰপেটাৰ ডঃ কে কে দাস মেম’ৰিয়েল গাৰ্লছ হাইস্কুলৰ স্নাতক শিক্ষক গুণীন্দ্ৰ নাথ ওজা
কামৰূপ মেট্ৰ’ৰ শিক্ষক উপেন গোস্বামীলৈ বঁটা
কামৰূপ মেট্ৰ’ৰ আমচাং টি ই মডেল স্কুলৰ প্ৰধান শিক্ষক উপেন গোস্বামী
তিনিচুকীয়াৰ শিক্ষক প্ৰদীপ শইকীয়ালৈ বঁটা
তিনিচুকীয়াৰ ফিলোবাৰী হাইস্কুলৰ স্নাতক শিক্ষক প্ৰদীপ শইকীয়া
ডিব্ৰুগড়ৰ শিক্ষক দেবজিৎ ঘোষলৈ বঁটা
ডিব্ৰুগড়ৰ নামচাং টি ই মডেল স্কুলৰ প্ৰধান শিক্ষক দেবজিৎ ঘোষ
বঙাইগাঁৱৰ শিক্ষক মৰমজ্যোতি দাসলৈ বঁটা
বঙাইগাঁৱৰ হিন্দু এইচ এছ স্কুলৰ স্নাতকোত্তৰ শিক্ষক মৰমজ্যোতি দাস
ডিব্ৰুগড়ৰ শিক্ষক ভূপেন গোহাঁইলৈ বঁটা
ডিব্ৰুগড়ৰ চাচনী যমুনামুখ হাইস্কুলৰ প্ৰধান শিক্ষক ভূপেন গোহাঁই
উচ্চ প্ৰাথমিকৰ দুগৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা
ডিব্ৰুগড়ৰ শিক্ষক নলিনী কুমাৰ মজুমদাৰলৈ বঁটা
ডিব্ৰুগড়ৰ কছাৰীপথাৰ এম ই স্কুলৰ প্ৰধান শিক্ষক নলিনী কুমাৰ মজুমদাৰ
ধুবুৰীৰ শিক্ষক বাবুল ৰহমান সৰকাৰলৈ বঁটা
ধুবুৰীৰ মধুশ’লমাৰী দাৰুল উলুম এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষক বাবুল ৰহমান সৰকাৰ
নিম্ন প্ৰাথমিকৰ ১৩গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা
কামৰূপ মেট্ৰ’ৰ শিক্ষয়িত্ৰী ৰাবিয়া বেগমলৈ বঁটা
কামৰূপ মেট্ৰ’ৰ ২ নং মঠঘৰীয়া এল পি স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী ৰাবিয়া বেগম
ডিব্ৰুগড়ৰ শিক্ষয়িত্ৰী মাধুৰিমা বৰালৈ বঁটা
ডিব্ৰুগড়ৰ শ্ৰী শঙ্কৰদেৱ এল পি স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী মাধুৰিমা বৰা
শোণিতপুৰৰ শিক্ষয়িত্ৰী আম্বিয়া বেগমলৈ বঁটা
শোণিতপুৰৰ অকাবস্তি মিৰি এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী আম্বিয়া বেগম
গোলাঘাটৰ শিক্ষয়িত্ৰী নিৰু নাথলৈ বঁটা
গোলাঘাটৰ ঢেকেৰীপেটা এল পি স্কুলৰ সহকাৰী শিক্ষয়িত্ৰী নিৰু নাথ
গোৱালপাৰাৰ শিক্ষক ৰুদ্ৰ সিং ৰাভালৈ বঁটা
গোৱালপাৰাৰ খিলামাৰা বাখাৰাপাৰা এল পি স্কুলৰ প্ৰধান শিক্ষক ৰুদ্ৰ সিং ৰাভা
নলবাৰীৰ শিক্ষক গিৰীন্দ্ৰ কাশ্যপলৈ বঁটা
নলবাৰীৰ গলিয়া এল পি স্কুলৰ প্ৰধান শিক্ষক গিৰীন্দ্ৰ কাশ্যপ
চৰাইদেউৰ শিক্ষয়িত্ৰী ৰাণু ফুকনলৈ বঁটা
চৰাইদেউৰ সাপেখাতী ব্লক এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ৰাণু ফুকন
কৰিমগঞ্জৰ শিক্ষক চন্দন ত্ৰিপাঠীলৈ বঁটা
কৰিমগঞ্জৰ ৭৫৪ নং লালচেৰা এল পি স্কুলৰ প্ৰধান শিক্ষক চন্দন ত্ৰিপাঠী
ওদালগুৰিৰ শিক্ষয়িত্ৰী ঊষাৰাণী বায়নলৈ বঁটা
ওদালগুৰিৰ ৫৮৬ নং গেৰুৱা বগৰীগুৰি এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী ঊষাৰাণী বায়ন
কামৰূপৰ শিক্ষক ভূপেন্দ্ৰ কোঁৱৰলৈ বঁটা
কামৰূপৰ পূব সোণাপুৰ এল পি স্কুলৰ প্ৰধান শিক্ষক ভূপেন্দ্ৰ কোঁৱৰ
শোণিতপুৰৰ শিক্ষক ৰঞ্জন শইকীয়ালৈ বঁটা
শোণিতপুৰৰ লোকনায়ক অমিয় কুমাৰ দাস এল পি স্কুলৰ সহকাৰী শিক্ষক ভূপেন্দ্ৰ কোঁৱৰ
বঙাইগাঁৱৰ শিক্ষয়িত্ৰী জুৰি দাসলৈ বঁটা
বঙাইগাঁৱৰ দৰ্শটিলা এল পি স্কুলৰ প্ৰধান শিক্ষয়িত্ৰী জুৰি দাস
দৰঙৰ শিক্ষক খবিৰুদ্দিন আহমেদলৈ বঁটা
দৰঙৰ দলগাঁও টাউন এল পি স্কুলৰ প্ৰধান শিক্ষক খবিৰুদ্দিন আহমেদ

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আমেৰিকাত ভাৰতৰ ২৮ বছৰীয়া যুৱকক গুলীয়াই হত্যা

পুনৰ আমেৰিকাত ভাৰতীয় যুৱকৰ সৈতে ভয়ংকৰ ঘটনা। আমেৰিকাৰ ফেলাডেলফিয়াৰ...

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...