চৌদিশে হাহাকাৰ, ভূমিকম্পত নিহত ৩২জনকৈ লোক

পুৱাই দেশৰ ভিন্ন প্ৰান্তত অনুভূত হ’ল ভূমিকম্প। মহাৰাষ্ট্ৰ, দিল্লী, ভূটান, বিহাৰ, পশ্চিমবংগ আদিত কম্পন। তিব্বতৰ নেপাল সীমান্তত এই ভূমিকম্পৰ অভিকেন্দ্ৰ। ভূমিকম্পটোৰ প্ৰাবল্য আছিল ৭.১ ৰিখটাৰ স্কেল। অসমতো আংশিকভাৱে অনুভূত এই কম্পন। পুৱা ৬.৩৮ বজাত অনুভূত এই ভূমিকম্প। প্ৰায় ১৫ ছেকেণ্ড ধৰি অনভূত হয় ভূমিকম্পৰ। নেপাল আৰু তিব্বত সীমান্তত ভূমিকম্পৰ সৰ্বাধিক ক্ষয়–ক্ষতি। তিব্বতৰ নেপাল সীমান্তত ভূমিকম্পৰ অভিকেন্দ্ৰ। নেপাল-তিব্বত সীমান্তত ভূমিকম্পত নিহত ৩২।

Popular

More like this
Related

অহা বৰ্ষত মঙ্গল গ্ৰহলৈ ষ্টাৰশ্বিপ ৰকেট প্ৰেৰণ কৰিব ইলন মাস্কে

স্পেচএক্সৰ মঙ্গল অভিযানটোৱে মানৱজাতিৰ মহাকাশ অনুসন্ধানৰ ক্ষেত্ৰত এক নতুন...

অটোৰিক্সা চালকৰ পুত্ৰৰ প্ৰদৰ্শনত পঞ্চমুখ মহেন্দ্ৰ সিং ধোনী

ভিগনেশ পুথুৰ, এগৰাকী বাওঁহাতৰ ৰিষ্ট স্পিনাৰ, মুম্বাই ইণ্ডিয়ান্সৰ হৈ...

ৰাজ্যত পুনৰ ভয়ংকৰ বাছ দুৰ্ঘটনা, মুহূৰ্ততে শেষ দুটাকৈ জীৱন

দৰঙৰ ধূলাত ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাত থিতাতে নিহত দুজন...

বিহু পালেহিয়েই, উখল-মাখল অসমীয়াৰ মন

গছে-বনে, মনে-প্ৰাণে ব’হাগ আহিছে। আমে মলিয়াইছে, কঠালে মুচি পেলাইছে।...