ৰথ যাত্ৰাত পদপিষ্ট হৈ মৃত্যু ৩জনকৈ ভক্তৰ

ৰথ যাত্ৰাৰ মাজতে ভয়ংকৰ ঘটনা। ৰথ যাত্ৰাত পদপিষ্ট হৈ মৃত্যু ৩জনকৈ ভক্তৰ। ভক্তৰ বৃহৎ সমাৱেশে সৃষ্টি কৰিলে ভয়াৱহ পৰিস্থিতিৰ। সংকটজনক অৱস্থাত ৮জনকৈ ভক্তক চিকিৎসালয়ত ভৰ্তি। এই ঘটনাত আহত হয় ৫০০ৰো অধিক ভক্ত। ৰথ যাত্ৰাৰ মাজতে পুৰীত সংঘটিত হৈছে এই শোকাৱহ ঘটনা। শ্ৰী গুণ্ডিছা মন্দিৰৰ সন্মুখত সংঘটিত হয় এই ঘটনা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজি গুৱহাটীত ৰাজস্থান ৰয়েলছ-মুম্বাই ইণ্ডিয়ানছৰ মেচ

ঘৰুৱা সমৰ্থকৰ বাবে সদায়ে দায়বদ্ধ হৈ থকা ৰাজস্থান ৰয়েলছে...

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...