জাতিগত প্ৰমাণ পত্ৰৰ স্থায়ী সমাধানৰ দাবীৰে আলোচনা চক্ৰৰ আয়োজন

জাতিগত প্ৰমাণ পত্ৰৰ স্থায়ী সমাধানৰ ব্যৱস্থাৰ দাবীৰে আলোচনা চক্ৰৰ আয়োজন কৰা হৈছে। ১৯ ডিচেম্বৰত যোৰহাট জিলাৰ মেলামাটিৰ ডফলাটিং চাহ বাগিছাত অনুষ্ঠিত হ’ব অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদ আৰু চাহ শ্ৰমিক আৰু প্ৰাক্তন চাহ শ্ৰমিক জলহা জাতি সন্মিলনী অসমৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত আলোচনা সভা। আলোচনাৰ মূল বিষয়বস্তু হ’ব জাতিগত প্ৰমাণ পত্ৰৰ স্থায়ী সমাধানৰ ব্যৱস্থা। এই আলোচনালৈ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ জলহা সম্প্ৰদায়ৰ লোকসকলক আমন্ত্ৰণ জনাইছে অসম চাহ জনগোষ্ঠী জলহা যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে। আলোচনা চক্ৰত সকলোকে উপস্থিত থকাৰ আহ্বান উপ-সভাপতি আজিজুল হুছেইনৰ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...