অভিনেত্ৰী আলায়া ফাৰ্নিচাৰৱালাৰ পেটত কোনে পাঞ্চ মাৰিলে?

মোহময়ী অভিনেত্ৰী আলায়া ফাৰ্নিচাৰৱালাই শেহতীয়াকৈ তেওঁৰ ৱৰ্কআউটৰ এটা ভিডিঅ শ্বেয়াৰ কৰিছে। যিটো ভিডিঅ’ই অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলক আচৰিত কৰা দেখিবলৈ পোৱা গৈছে। ভিডিঅটোত আলায়াক হাতদুখন পাছলৈ কৰি ৱালৰ কাষত ৰৈ থকা দেখিবলৈ পোৱা গৈছে। আৰু এই সময়তে পাঞ্চিং গ্ল’ভজ পিন্ধি থকা এজন ব্যক্তিয়ে আলায়াৰ পেটত পাঞ্চ মৰা দেখিবলৈ পোৱা গৈছে। আলায়াৰ মুখৰ অভিব্যক্তিৰ পৰা এইটো বুজা গৈছে যে তেওঁ এয়া সহ্য কৰিব পৰা নাই। কিন্তু তেওঁ অলপ সময় সহ্য কৰে আৰু তাৰ পাছত কয়, ‘অকে অকে বচ…’ অভিনেত্ৰীগৰাকীৰ এই ভিডিঅই এতিয়া সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে।

NKTV Digital
Author: NKTV Digital

1 COMMENT

Popular

More like this
Related

ইৰাণত ট্ৰাম্পৰ মিছন, খামেনেইৰ পতনৰ কাউণ্টডাউন আৰম্ভ, আমেৰিকাই আক্ৰমণ কৰিব নেকি?

বৰ্তমান ট্ৰাম্পৰ প্ৰধান লক্ষ্য হৈছে ইৰাণ। কাৰণ ইৰাণ জ্বলিছে।...

ইৰাণ সংকটক লৈ হাই এলাৰ্টত ইজৰাইল; ট্ৰাম্পৰ বক্তব্যৰ পিছত আমেৰিকাৰ আক্ৰমণৰ আশংকা

ইৰাণত চলি থকা চৰকাৰ বিৰোধী বৃহৎ প্ৰতিবাদৰ মাজতে ইজৰাইল...

অপাৰেচন হকআইঃ ছিৰিয়াত ISISৰ ওপৰত আমেৰিকাৰ বৃহৎ আক্ৰমণ, কেইবাটাও লক্ষ্যত বিমান আক্ৰমণ

মিত্ৰশক্তিৰ বাহিনীৰ সৈতে আমেৰিকাৰ কেন্দ্ৰীয় কমাণ্ড (চেণ্টকম) বাহিনীয়ে অপাৰেচন...