বাঢ়িছে ক’ভিড! ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ২,৪৮৩ জন লোক

দেশত শেহতীয়াকৈ কিছু পৰিমাণে বাঢ়িছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ২,৪৮৩ জন লোক। আজিৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১,৩৯৯ জন। এইপৰ্যন্ত দেশত সৰ্বমুঠ মৃত্যুৰ সংখ্যা হ’লগৈ ৫ লাখ ২৩ হাজাৰ ৬২২ জন। ২৪ ঘণ্টাত আৰোগ্যৰ হাৰ ৯৭.৭৫ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

বৰ্তমানলৈকে আনুষ্ঠানিক যুদ্ধ বিৰতি হোৱা নাই ইৰাণ–ইজৰাইলৰ!

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি। পুৱা ৬.৩৭ মিনিটত ৰাজ্যৰ ভিন্ন...

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত

মধ্যপ্ৰাচ্যত ১২ দিনীয়া যুদ্ধ অৱসান হোৱাৰ পথত। ইৰাণ-ইজৰাইলৰ যুদ্ধ...

উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণৰ পৰা স্নাতকোত্তৰ পৰ্যায়ৰ শিক্ষাৰ্থীক বিনামূলীয়াকৈ বাহন চালনাৰ প্ৰশিক্ষণ দিব পৰিবহণ বিভাগে

জুলাইত পৰিবহণ বিভাগৰ “সম্পূৰ্ণ সেৱা মাহ”ৰ কাৰ্যসূচী শিক্ষক-শিক্ষয়িত্ৰী, চিকিৎসক-অধিবক্তা, সাংবাদিক,...