বাঢ়িছে ক’ভিড! ২৪ ঘণ্টাত দেশত নতুনকৈ আক্ৰান্ত হৈছে ২,৪৮৩ জন লোক

দেশত শেহতীয়াকৈ কিছু পৰিমাণে বাঢ়িছে ক’ভিডত আক্ৰান্ত লোকৰ সংখ্যা। বিগত ২৪ ঘণ্টাত নতুনকৈ আক্ৰান্ত হৈছে ২,৪৮৩ জন লোক। আজিৰ দিনটোত ক’ভিডত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১,৩৯৯ জন। এইপৰ্যন্ত দেশত সৰ্বমুঠ মৃত্যুৰ সংখ্যা হ’লগৈ ৫ লাখ ২৩ হাজাৰ ৬২২ জন। ২৪ ঘণ্টাত আৰোগ্যৰ হাৰ ৯৭.৭৫ শতাংশ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...