পৃথিৱীৰ আটাইতকৈ সুখী দেশখনৰ নাম কি জানেনে? সুখী দেশৰ তালিকাত ভাৰতৰ স্থান কিমান?

বিশ্বৰ সুখী দেশৰ তালিকাত শেষত ভাৰতৰ স্থান। সুখী দেশৰ তালিকাত শেষৰ পৰা ১০ নম্বৰ স্থানত ভাৰত। ১৪৬ খন দেশক সামৰি যুগুত কৰা হৈছিল এক প্ৰতিবেদন। প্ৰতিবছৰে ৰাষ্ট্ৰসংঘই প্ৰস্তুত কৰে সৰ্বাধিক সুখী লোক থকা দেশৰ তালিকা। এই তালিকাত শীৰ্ষত আছে ফিনলেণ্ড। একেৰাহে পঞ্চমবাৰলৈ শীৰ্ষ স্থানত আছে দেশখন। বিগত বৰ্ষত ১৩৯ নম্বৰ স্থানত আছিল ভাৰত। এই তালিকাত এইবাৰ ১৩৬ নম্বৰ স্থানত আছে ভাৰত। আনহাতে যুদ্ধত ব্যস্ত ৰাছিয়া আছে ৭৪ নম্বৰত। তালিকাৰ শেষত আছে আফগানিস্তান। বিশ্বৰ সুখী দেশৰ তালিকাত পাকিস্তান আছে ১০৩ নম্বৰত। ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল এই তালিকাত আছে ৮৫ নম্বৰত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অমৃতপ্ৰভা, সন্দীপনৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈ যাব অসম চৰকাৰ; SITৰ মুৰব্বী মুন্না প্ৰসাদ গুপ্তাৰ ঘোষণা

অমৃতপ্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গৰ জামিনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ...