ইটালীৰ মাউণ্ট এটনাত আগ্নেয়গিৰিৰ উদগীৰণ

ইটালীৰ মাউণ্ট এটনাত আগ্নেয়গিৰিৰ উদগীৰণ। সোমবাৰে নিশা উদগীৰণ হয় এই আগ্নেয়গিৰিৰ। লাভা, জুই, ধোঁৱাই ছানি ধৰে সমগ্ৰ অঞ্চল। মাউণ্ট এটনাৰ দক্ষিণ–পূব দিশৰ পৰা নিৰ্গত লাভা। উদগীৰণৰ পূৰ্বে প্ৰচণ্ড শব্দই ছানি ধৰে অঞ্চলটো। আগ্নেয়গিৰিৰ কাষতে অৱস্থিত ইটালীৰ ভিনছেনজো বেলিনি বিমান কোঠ। উদগীৰণৰ ফলত কোনো ক্ষয়–ক্ষতি হোৱা নাই বিমান কোঠৰ। উদগীৰণৰ পিছতে কাষৰীয়া অঞ্চলটোত বিশেষ সতৰ্কতা জাৰি।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...